Assamese
English
Thursday, April 22, 2021
  • About
  • Advertise
  • Privacy & Policy
  • Contact
MyNewsNE
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
MyNewsNE
No Result
View All Result
Home Assam

বৰডুবি চাহ বাগিছাত মৃতদেহ উদ্ধাৰ 

MyNews Bureau by MyNews Bureau
July 26, 2020
in Assam
0
বৰডুবি চাহ বাগিছাত মৃতদেহ উদ্ধাৰ 
0
SHARES
2
VIEWS

RelatedPosts

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

লংকা ইছলামবস্তি মছজিদত প্ৰচণ্ড মাৰপিটৰ ঘটনা

কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত

ডুমডুমা থানাৰ অন্তৰ্গত বৰডুবি চাহ বাগিছাৰ তিনিদলঙৰ তলত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ । উদ্ধাৰ হোৱা মৃতদেহটো তিনিদলং লাইনৰ গঙ্গা মুণ্ডাৰ (৪৪) বুলি জানিব পৰা গৈছে । শনিবাৰে চিকিৎসালয়লৈ যোৱাৰ সময়ৰ পৰাই সন্ধানহীন হৈ আছিল  মহিলাগৰাকী । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো  । উল্লেখ্য যে, ডুমডুমা-বৰডুবি সংযোগী পথত থকা পকী দলংখন কিছুদিন পূৰ্বে বাঢ়নি পানীয়ে খহাই নিয়াৰ বাবে স্থানীয় লোকসকলে সেই স্থানত বাঁহেৰে এখন দলং সাজি উলিয়াইছিল । এই বাঁহৰ দলংখনৰ পৰা পৰিয়েই মহিলাগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে । খহি যোৱা পকী দলংখন পুণৰ নিৰ্মাণৰ বাবে অসম চাহ জনজাতি ছাত্ৰ সন্থাই বহুবাৰ আবেদন-নিবেদন কৰি আহিছে যদিও এইক্ষেত্ৰত চৰকাৰ তথা প্ৰসাশনে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

Previous Post

গুৱাহাটীত মহানগৰীত ভয়ংকৰ ঘটনা

Next Post

অগ্নিদগ্ধ হৈ এটি শিশুৰ কৰুণ মৃত্যু

MyNews Bureau

MyNews Bureau

Related Posts

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ
Assam

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

April 21, 2021
ক’ভিডত আক্ৰান্ত হৈ মৃত্য়ু CBI ৰ প্ৰাক্তন পৰিদৰ্শকৰ
COVID-19

লংকা ইছলামবস্তি মছজিদত প্ৰচণ্ড মাৰপিটৰ ঘটনা

April 21, 2021
কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত
COVID-19

কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত

April 20, 2021
মৰিয়নী জংচনত বহিৰাজ্যৰ পৰা অহা লোকসকলৰ ক’ভিড পৰীক্ষাৰ নামত ভেকোভাওনা
Assam

মৰিয়নী জংচনত বহিৰাজ্যৰ পৰা অহা লোকসকলৰ ক’ভিড পৰীক্ষাৰ নামত ভেকোভাওনা

April 20, 2021
অসম নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তত নাই কোনোধৰণৰ ক’ভিড সতৰ্কতা
Assam

অসম নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তত নাই কোনোধৰণৰ ক’ভিড সতৰ্কতা

April 20, 2021
বাক্সাৰ জিলাৰ গোৰেশ্বৰৰ বেঙেনাআটীত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সত্ৰ সভা
Assam

বাক্সাৰ জিলাৰ গোৰেশ্বৰৰ বেঙেনাআটীত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সত্ৰ সভা

April 20, 2021
Next Post
অগ্নিদগ্ধ হৈ এটি শিশুৰ কৰুণ মৃত্যু

অগ্নিদগ্ধ হৈ এটি শিশুৰ কৰুণ মৃত্যু

অগ্নিদগ্ধ হৈ এটি শিশুৰ কৰুণ মৃত্যু

অগ্নিদগ্ধ হৈ এটি শিশুৰ কৰুণ মৃত্যু

Stay Connected

  • 320.4k Fans
  • 116 Followers
  • Trending
  • Comments
  • Latest
হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

February 23, 2021
কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

October 25, 2020
কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

November 15, 2020
ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

October 16, 2020
অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

0

অসমৰ বাবে অধিক ৰেল বিচাৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ ৰিপুন বৰাৰ পত্ৰ

0

কৰ’না, ভাৰতৰ গতি উৰ্দ্ধমুখী

0

সুভাষ দাস কমিটিৰ প্ৰতিবেদন দাখিল

0
অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

April 21, 2021
ক’ভিডত আক্ৰান্ত হৈ মৃত্য়ু CBI ৰ প্ৰাক্তন পৰিদৰ্শকৰ

লংকা ইছলামবস্তি মছজিদত প্ৰচণ্ড মাৰপিটৰ ঘটনা

April 21, 2021
কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত

কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত

April 20, 2021
মৰিয়নী জংচনত বহিৰাজ্যৰ পৰা অহা লোকসকলৰ ক’ভিড পৰীক্ষাৰ নামত ভেকোভাওনা

মৰিয়নী জংচনত বহিৰাজ্যৰ পৰা অহা লোকসকলৰ ক’ভিড পৰীক্ষাৰ নামত ভেকোভাওনা

April 20, 2021

Recent News

About Us

MyNewsNE

You're visiting the official website of MyNews NE. A digital media organization from North Eastern Part of India. Stay updated with us with our website and social media pages. Thanks.

Like Us on Facebook

Our Twiiter Handle

Tweets by MyNewsNE

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 My News NE. All Rights Reserved.

No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
    • Arunachal
    • Manipur
    • Meghalaya
    • Mizoram
    • Nagaland
    • Tripura
    • Sikkim
  • India
  • World
  • Education
  • Sports
  • Entertainment
    • Movie
    • Music
  • Business
  • Lifestyle
    • Fashion
    • Food
    • Health
    • Travel
  • Politics
  • Science
  • English Edition

© 2021 My News NE. All Rights Reserved.