Local, Vocal, Global

বাক্সাত বনৰীয়া হাতীক হত্যা

  • বাক্সাৰ দিহিৰা মধুপুৰত এটা বনৰীয়া হাতীক হত্যা
  • ধাননি পথাৰত বিদ্যুৎ সংযোগ কৰি বনৰীয়া হাতীটোক হত্যা কৰে দুই কৃষকে
  •  ধান খাবলৈ অহাৰ বাবে বিদ্যুৎ সংযোগ কৰি হত্যা হাতীটোক
  • বনবিভাগৰ জালত দুই হত্যাকাৰী কৃষক পুতু কুজুৰ আৰু অজিত কুজুৰ
  •  বনবিভাগে হাতীটোৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে