Website Design: dastechnologies.in
বজালীৰ পাঠশালৰ টুৰকনী জানত পৰি সলিল সমাধি ঘটিল এগৰাকী যুৱকৰ ।পানী চাবলৈ আহি মৃত্যু মুখত পৰিল যুবকজন ।যুৱকজনৰ নাম পৰাগ ভট্টাচাৰ্য্য ।যোৰহাটত স্থায়ী ঘৰ যুৱকজনৰ ।পাঠশালাৰ আত্মীয় ঘৰত আছিল যুবক জন ।এছ বি আৰ এফৰ অভিযানত উদ্ধাৰ মৃতদেহ ।পাঠশালা আৰক্ষী উপস্থিত ঘটনাস্থলীত ।পাঠশালাত শোকৰ ছাঁ ।