সঁচাকৈ তান্ত্ৰিক আহিল নে বাঘজানত?
বিগত এটা দিনত চৰ্চাত আছিল যে বাঘজানৰ জুই নিৰ্বাপন কৰিবলৈ উত্তৰ প্ৰদেশৰ পৰা তান্ত্ৰিক আনিছিল। কিন্তু শেহতীয়াকৈ স্থিতি স্পষ্ট কৰিলে অইল ইণ্ডিয়াই কৰ্তৃপক্ষই। অইল ইণ্ডিয়াৰ অফিচিয়েল ফেচবুক পেইজৰ যোগেদি স্পষ্ট কৰিছে যে বাঘজানৰ জুই নিৰ্বাপনৰ বাবে অনা হোৱা নাই কোনো তান্ত্ৰিক। অফিচিয়েল ফেচবুক পেইজত লিখিছে যে-
উল্লেখ্য যে বাঘজান কাণ্ডই ১০০দিনৰ অধিক অতিক্ৰম কৰিলে কিন্তু বৰ্তমানেও জ্বলি আছে ৫ নং BGR তৈলখাদৰ জুই।