Local, Vocal, Global

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্ত

নিউজ ডেস্ক : দেশৰ ন্যায়িক ব্যৱস্থাত ঐতিহাসিক পৰিৱৰ্তনমুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তউচ্চতম ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়াৰ পোনপটীয়া সম্প্ৰচাৰগুৰুত্বপূৰ্ণ গোচৰৰ লাইভ টেলিকাষ্ট২৭ চেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে লাইভ

হিমাচল প্ৰদেশৰ কুল্লু জিলাত শোকাৱহ পথ দুৰ্ঘটনা

নিউজ ডেস্ক : সোমবাৰে হিমাচল প্ৰদেশৰ কুল্লু জিলাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। এখন ভ্ৰমণকাৰী বাছ খাৱৈত পৰি যোৱাৰ ফলত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (IIT) তিনিজন শিক্ষাৰ্থীসহ ১০ জন পৰ্যটক নিহত হয়। বাতৰি অনুসৰি, দেওবাৰে নিশা

ভাৰত জোড়ো যাত্ৰা লৈ অভূতপূৰ্ব সহাঁৰি

নিউজ ডেস্ক : যোৱা ৭ চেপ্তেম্বৰত কন্যাকুমাৰীত আৰম্ভ হৈছিল ভাৰত জোড়ো যাত্ৰা। বিজেপিৰ আমোলত দেশৰ সামাজিক আৰু ধৰ্মীয় সম্প্ৰীতি বিনষ্ট হৈছে। এই অভিযোগ ধাৰাবাহিকভাৱে উত্থাপন কৰি আহিছে ধৰ্ম নিৰপেক্ষ দল সংগঠনে। ইতিমধ্যে উত্তৰ ভাৰতৰ লগতে অসম সহ

ধৰ্মীয় গোড়ামীৰ বিৰুদ্ধে সৰৱ হৈছে নাৰী শক্তি, ইৰাণত হিজাবৰ বিৰুদ্ধে মহিলাৰ তীব্ৰ প্ৰতিবাদ

নিউজ ডেস্ক : ইছলামিক ৰাষ্ট্ৰসমূহৰ অন্যতম অগ্ৰণী দেশ ইৰাণত ধৰ্মীয় মৌলবাদৰ বিৰুদ্ধে মাৰবান্ধি ওলাই আহিছে নাৰী সমাজ। হিজাব খুলি নিজৰ চুলি কাটি তীব্ৰ প্ৰতিবাদ সাব্যষ্ট কৰিছে ইৰাণৰ মহিলাই। ধৰ্মীয় মৌলবাদৰ বিপৰীতে উদাৰ আৰু মুক্ত সামাজিক জীৱনত

দাৰে শিক্ষকক আক্ৰমণ ছাত্ৰৰ

নিউজ ডেস্ক : চৰাইদেউ জিলাৰ অন্তৰ্গত সোণাৰিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। সোমবাৰে এজন বিদ্যালয়ৰ ছাত্ৰই তেওঁৰ শিক্ষকক দাৰে আক্ৰমণ কৰিছে। বাতৰি অনুসৰি, সোণাৰিৰ টিংগালিবাম (Tingalibam) প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত ‌বুঢ়ীগাওত অঘটন

নিউজ ডেস্ক : নিজৰ ডিঙিত নিজেই চুৰিকাঘাত কৰি মৃত্যুক সাৱতিলে ছাদ্দাম হুছেইন নামৰ এজন যুৱ মিস্ত্ৰীয়ে। খবৰ অনুসৰি, দেওবাৰে দলগাঁও থানাৰ অন্তৰ্গত বুঢ়ীগাৱত নিজৰ পেহীয়েকৰ ‌ঘৰত‌ কাম কৰিবলৈ গৈছিল নিজ দলগাঁৱৰ ‌ ছাদ্দাম হুছেইনৰ নামৰ‌ যুৱক জন।

গ্ৰেপ্তাৰ হ’ল আন্তঃৰাষ্ট্ৰীয় অপহৰণ চক্ৰৰ তিনিজন মাষ্টাৰমাইণ্ড

নিউজ ডেস্ক : পশ্চিম বংগ আৰক্ষীৰ সফল অভিযান। দেওবাৰে পশ্চিম বংগ আৰক্ষীয়ে কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় (NSCBI) বিমানবন্দৰৰ সমীপৰ পৰা এটা আন্তঃৰাষ্ট্ৰীয় অপহৰণ চক্ৰ উদ্ঘাটন কৰিছে। লগতে সেই সন্দৰ্ভত তিনিজন ব্যক্তিকো

মহালয়াৰ মহত্ত্ব জানেনে আপোনালোকে?

নিউজ ডেস্ক : আজি মহালয়া। আজিৰ দিনটোত, পিতৃ পক্ষৰ সমাপ্তি আৰু দেৱী পক্ষৰ আৰম্ভণি হয়। মহালয়াৰ পৰাই আৰম্ভ হয় পূজাৰ মহালগ্ন। পঞ্জিকা অনুসৰি মহালয়া হৈছে পিতৃৰ পক্ষ আৰু দেৱীৰ পক্ষৰ সংযোগ। ভাদ মাহৰ কৃষ্ণ পক্ষৰ প্ৰতিপদৰ পৰা পৰৱৰ্তী অমাৱস্যাৰ

জম্মু-কাশ্মীৰৰ কুপৱাৰাত নিহত ২ জন সন্ত্ৰাসবাদী

নিউজ ডেস্ক : দেওবাৰে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে কুপৱাৰাৰ মাচিল অঞ্চলৰ টেক্ৰি নাৰত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত দুজন সন্ত্ৰাসবাদীক এনকাউন্টাৰ কৰে। বাতৰি অনুসৰি, আৰক্ষীয়ে নিহত হোৱা অচিনাক্ত সন্ত্ৰাসবাদী দুজনৰ ওচৰৰ পৰা দুটা একে ৪৭

চিকিৎসালয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই মৃত্যুক আঁকোৱালি ল’লে বিনোদে

নিউজ ডেস্ক : দেওবাৰে ধুবুৰী জিলাৰ চিলাৰায় মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ত চিকিৎসালয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই মৃত্যুক আঁকোৱালি ল'লে এজন যুৱকে। যুৱকজনৰ মৃত্যুৰ পিছত চিকিৎসালয়ৰ চৌহদত এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে,