চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বাবে আটছাৰ প্ৰতিবাদ
- গোলাঘাটত চাহ জনজাতি ছাত্ৰ সন্থা প্ৰতিবাদী কাৰ্যসূচী
- চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি বুলি দাবী কৰিছিল সাংসদ পল্লৱ লোচন দাসে
- সাংসদৰ মন্তব্য ভিত্তিহীন বুলি দাবী কৰি প্ৰতিবাদ আটছাৰ
- সাংসদ পল্লৱ লোচনৰ প্ৰতিকৃতি দাহ গোলাঘাট জিলা চাহ জনজাতি সন্থাৰ
- চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ দাবীৰে সকীয়নী আটছাৰ