অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা বাতিল

- অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা বাতিল
- প্ৰশ্নকাকত ফাদিলৰ পিছতেই তাৎক্ষণিক ভাৱে বাতিল কৰা হৈছে পৰীক্ষা
- ছচিয়েল মিডিয়াযোগে ফাদিল হ’ল প্ৰশ্নকাকত
- পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে ফাদিল প্ৰশ্নকাকত
- দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হৈছিল পৰীক্ষা
- সমগ্ৰ ৰাজ্যতে অনুষ্ঠিত হৈছিল পৰীক্ষা
- প্ৰথম অৱস্থাত পৰীক্ষা অনুষ্ঠিত হয় যদিও পৰৱৰ্তী সময়ত উঠাই নিয়া হয় বহীসমূহ
- মুঠ ৫৯৭ টা পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া আছিল পৰীক্ষা