Local, Vocal, Global

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা, পুনৰ আক্ৰান্ত ১,১৮৪ গৰাকী

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত  ১১৮৪ গৰাকী
  • মঙলবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১৫৮৬ গৰাকী ৰোগীয়ে
  • মৃত্যু হয় ১৮ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৮৮ হাজাৰ ৯০২ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩৩,০৪৭ গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৫৫ হাজাৰ ৭৪ ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৭৭৮ গৰাকী লোকৰ
  • মঙলবাৰে ৰাজ্য স্বাস্থ্য বিভাগে সম্পন্ন কৰে ৩১,৭৮০ লোকৰ স্বোৱাব পৰীক্ষা