ৰাজ্যত কৰ’নাৰ ভয়ংকৰ ৰূপ

- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ২৫০৯ গৰাকী
- শুক্ৰবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ২০৭৪ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ১২ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ন’আক্ৰান্ত সকলৰ ভিতৰত ৫৪১ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১৬২ গৰাকী যোৰহাটৰ, ২০৭গৰাকী লখিমপুৰৰ, ১৯৭গৰাকী গোলাঘাটৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৫২হাজাৰ ৮৫৮ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৮৬৩১গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ২৩হাজাৰ ৬৮৪ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৫৪০গৰাকী লোকৰ