Local, Vocal, Global

Assam Trading Scam :চুমি-তাৰ্কিক লুকাই থকাৰ ক্ষেত্ৰত সহায় কৰিছিল ডিব্ৰুগড়ৰ বিতৰ্কিত সুৰা ব্যৱসায়ী জিতেন কলিতাই

নিউজ ডেস্ক,১৬ছেপ্তেম্বৰ : চুমি-তাৰ্কিক লুকাই থকাৰ ক্ষেত্ৰত সহায় কৰিছিল ডিব্ৰুগড়ৰ বিতৰ্কিত সুৰা ব্যৱসায়ী জিতেন কলিতাই। কলিতাৰ সহায়তে জিমখানা ক্লাবত কেইবাঘণ্টা কটাইছিল চুমি-তাৰ্কিকে(Assam Trading Scam)।

UBI বেংকৰ কৰ্মচাৰী আছিল জিতেন কলিতা। কলিতাৰ আছে হাইলেণ্ড নামৰ এখন সুৰা বিপণি। বাহনত প্ৰেছৰ ষ্টিকাৰ লগাই সুৰা সৰবৰাহ কৰাৰো অভিযোগ জিতেন কলিতাৰ বিৰুদ্ধে।

লগতে পঢ়ক : Nandotsava festivals celebrated : সোণাৰিৰ ঐতিহাসিক শ্ৰী শ্ৰী থুকুবিল সত্ৰত পৰম্পৰাগত বোকা ভাওনা