Assamese
English
Sunday, April 18, 2021
  • About
  • Advertise
  • Privacy & Policy
  • Contact
MyNewsNE
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
MyNewsNE
No Result
View All Result
Home Assam

বিলত গা ধূবলৈ গৈ যুৱকৰ সলিল সমাধি

MyNews Bureau by MyNews Bureau
August 8, 2020
in Assam
0
বিলত গা ধূবলৈ গৈ যুৱকৰ সলিল সমাধি
0
SHARES
2
VIEWS

RelatedPosts

মহাজোঁটে চৰকাৰ গঠন কৰা নিশ্চিত-দাবী জিতেন্দ্ৰ সিঙৰ

হাগ্ৰামাৰ সৈতে একেখন নাৱৰেই যাত্ৰী হ’বলৈ গৈ আছে নেকি অতুল-কেশৱ-ফণী?

কিয় মমতা দিদিৰ মনোনয়ন পত্ৰ বাতিল কৰাৰ দাবী জনালে বিজেপি প্ৰাৰ্থী সুভেন্দু অধিকাৰীয়ে ?

শোণিতপুৰ জিলাৰ বৰছলাত বিলত গা ধূবলৈ গৈ ৰূপন মালাকাৰ নামৰ স্থানীয় এগৰাকী যুৱকে কৰুণ মৃত্যুক সাৱটিলে৷ শুকুৰবাৰে বিয়লি এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়৷ জানিব পৰা মতে কালি দিনৰ প্ৰায় ২ মান বজাত দুই বন্ধু অনিল মালাকাৰ আৰু ৰূপন মালাকাৰে গা ধূবলৈ বুলি বৰছলা বিলৰ মাজলৈ নাৱেৰে যাত্ৰা কৰে৷ কিছুসময়ৰ পাছত দুই বন্ধুৱে বিলৰ মাজত নাঁৱৰ পৰা নামি আনন্দৰে গা ধুবলৈ আৰম্ভ কৰে যদিও হঠাতে অহা এজাক বতাহে তেওঁলোকৰ কাষতে থকা নাওখন বহুদূৰত লৈ গুচি যায়৷ নাওখন দূৰলৈ আঁতৰি যোৱাত দ’ বিলখনত গা ধোৱাত নিমগ্ন হৈ থকা যুৱকদ্বয়ৰ মাজত হাহাকাৰ লাগে আৰু লাহে লাহে দুয়ো পানীৰ তলত ডুব যাব ধৰে৷ দূৰৈৰ পৰা এগৰাকী নাৱৰীয়াই এই দৃশ্য দেখি ততাতৈয়াকৈ আহি অনিলক কোনোমতে জীৱিত অৱস্থাত উদ্ধাৰ কৰে যদিও ৰূপনক উদ্ধাৰ কৰিবলৈ অপৰাগ হয়৷ খবৰটো শুনি বিলৰ পাৰত উপস্থিত হোৱা স্থানীয় ৰাইজে ৰূপনক বিচাৰি নাৱেৰে উদ্ধাৰ অভিযান চলায় আৰু কিছু সময়ৰ পিছত ৰূপনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও চিকিৎসকে ৰূপনক মৃত বুলি ঘোষণা কৰে৷ এই আকস্মিক দুঃসংবাদটোৰ বাবে ৰূপনৰ দুৰ্ভগীয়া পৰিয়ালটি শোকত ভাঙি পৰে আৰু অঞ্চলজুৰি শোকৰ ছাঁ পৰে৷

Previous Post

প্ৰাক্তন ৰাজ্যিক হেণ্ডবল খেলুৱৈ ৰাজকুমাৰ চুতীয়াৰ দেহাৱসান

Next Post

চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ মাৰণাস্ত্ৰ

MyNews Bureau

MyNews Bureau

Related Posts

মহাজোঁটে চৰকাৰ গঠন কৰা নিশ্চিত-দাবী জিতেন্দ্ৰ সিঙৰ
Assam

মহাজোঁটে চৰকাৰ গঠন কৰা নিশ্চিত-দাবী জিতেন্দ্ৰ সিঙৰ

April 18, 2021
হাগ্ৰামাৰ সৈতে একেখন নাৱৰেই যাত্ৰী হ’বলৈ গৈ আছে নেকি অতুল-কেশৱ-ফণী?
Assam

হাগ্ৰামাৰ সৈতে একেখন নাৱৰেই যাত্ৰী হ’বলৈ গৈ আছে নেকি অতুল-কেশৱ-ফণী?

March 27, 2021
কিয় মমতা দিদিৰ মনোনয়ন পত্ৰ বাতিল কৰাৰ দাবী জনালে বিজেপি প্ৰাৰ্থী সুভেন্দু অধিকাৰীয়ে ?
Politics

কিয় মমতা দিদিৰ মনোনয়ন পত্ৰ বাতিল কৰাৰ দাবী জনালে বিজেপি প্ৰাৰ্থী সুভেন্দু অধিকাৰীয়ে ?

March 16, 2021
১২১তম জন্ম দিৱসত চন্দ্ৰপ্ৰভা শইকীয়ানীক স্মৰণ কৰি টুইট প্ৰধানমন্ত্ৰীৰ
Assam

১২১তম জন্ম দিৱসত চন্দ্ৰপ্ৰভা শইকীয়ানীক স্মৰণ কৰি টুইট প্ৰধানমন্ত্ৰীৰ

March 16, 2021
মোদী চৰকাৰৰ বিৰুদ্ধে দেশজুৰি বেংক কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ
Assam

মোদী চৰকাৰৰ বিৰুদ্ধে দেশজুৰি বেংক কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ

March 15, 2021
বিজেপি শাসনৰ পূর্বে উত্তৰ পূবক কেন্দ্ৰই অৱহেলা কৰিছিল । কিয় এই মন্তব্য ৰাজনাথ সিঙৰ ?
Politics

বিজেপি শাসনৰ পূর্বে উত্তৰ পূবক কেন্দ্ৰই অৱহেলা কৰিছিল । কিয় এই মন্তব্য ৰাজনাথ সিঙৰ ?

March 15, 2021
Next Post
চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ মাৰণাস্ত্ৰ

চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ মাৰণাস্ত্ৰ

টীয়কৰ জাঁজী নদীত উদ্ধাৰ এক মুণ্ডহীন অচিনাক্ত মৃতদেহ

টীয়কৰ জাঁজী নদীত উদ্ধাৰ এক মুণ্ডহীন অচিনাক্ত মৃতদেহ

Stay Connected

  • 320.4k Fans
  • 115 Followers
  • Trending
  • Comments
  • Latest
হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

February 23, 2021
কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

October 25, 2020
কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

November 15, 2020
ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

October 16, 2020
ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু

ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু

0

অসমৰ বাবে অধিক ৰেল বিচাৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ ৰিপুন বৰাৰ পত্ৰ

0

কৰ’না, ভাৰতৰ গতি উৰ্দ্ধমুখী

0

সুভাষ দাস কমিটিৰ প্ৰতিবেদন দাখিল

0
ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু

ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু

April 18, 2021
ক’তো বিছনা নাপাই, এম্বুলেন্সতে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ শেষ নিশ্বাস ত্যাগ।

ক’তো বিছনা নাপাই, এম্বুলেন্সতে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ শেষ নিশ্বাস ত্যাগ।

April 18, 2021
মহাজোঁটে চৰকাৰ গঠন কৰা নিশ্চিত-দাবী জিতেন্দ্ৰ সিঙৰ

মহাজোঁটে চৰকাৰ গঠন কৰা নিশ্চিত-দাবী জিতেন্দ্ৰ সিঙৰ

April 18, 2021
দুলীয়াজানত লোমহৰ্ষক হত্যাকাণ্ড

দুলীয়াজানত লোমহৰ্ষক হত্যাকাণ্ড

April 18, 2021

Recent News

About Us

MyNewsNE

You're visiting the official website of MyNews NE. A digital media organization from North Eastern Part of India. Stay updated with us with our website and social media pages. Thanks.

Like Us on Facebook

Our Twiiter Handle

Tweets by MyNewsNE

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 My News NE. All Rights Reserved.

No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
    • Arunachal
    • Manipur
    • Meghalaya
    • Mizoram
    • Nagaland
    • Tripura
    • Sikkim
  • India
  • World
  • Education
  • Sports
  • Entertainment
    • Movie
    • Music
  • Business
  • Lifestyle
    • Fashion
    • Food
    • Health
    • Travel
  • Politics
  • Science
  • English Edition

© 2021 My News NE. All Rights Reserved.