Assam Panchayat Elections: ১-৫ ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা
নিউজ ডেস্ক,২৮নৱেম্বৰ : ১-৫ ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা(Assam Panchayat Elections)।
জানুৱাৰীৰ প্ৰথম সপ্তাহত ঘোষণা হ’ব পঞ্চায়ত নিৰ্বাচনৰ দিন।
বেলট পেপাৰতেই হ’ব পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ।
ৰাজ্যিক নিৰ্বাচন আয়োগৰ সূত্ৰই জনালে এই তথ্য়।
১১ডিচেম্বৰত প্ৰকাশ পাব পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা।
১৪ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ কৰিব পাৰি দাবী আৰু আপত্তি।
২৮ ডিচেম্বৰত প্ৰকাশ পাব সংশেধিত চূড়ান্ত তালিকা।