বিহালীত ফ্লপ ডিজিটেল ইন্দিয়া, প্লাষ্টিকৰ চাউল দি আভূৱা বাঢ়িছে অসম চৰকাৰে

নিউজ ডেস্ক ,১ মে:- এইবাৰ প্লাস্টিকৰ চাউল বিহালীত চাহ বাগিছাৰ কৰ্মচাৰীক প্লাষ্টিকৰ চাউল দি আভূৱা বাঢ়িছে অসম চৰকাৰে বিহালীত ফ্লপ ডিজিটেল ইন্দিয়া ।
বিহালীত আতংক প্লাস্টিকৰ চাউল বিতৰণ কৰে চাহ বাগিছাৰ কৰ্মচাৰী সকলৰ মাজত ৷ এইবাৰ চাইনা নহয় অসমত ওলাইছে প্লাষ্টিকৰ চাউল ৷
ইমানদিনে ইউটিউবত পোৱা প্লাষ্টিকৰ চাউল বৰ্তমান উপলব্ধ বিহালীৰ চাহ বাগিচাৰ কৰ্মীসকলৰ মাজত ৷
সাপ্তাহিক ৰেচন বিতৰণৰ নামত হেতাঁলি খেলিছে এছিয়াৰ দ্বিতীয় বৃহত্তম চাহ বাগিছা মোনাবাৰী চাহ বাগিছাই ৷ কৰ্মচাৰী সকলৰ স্বাস্থ্যৰ প্ৰতি হেতালি খেলিছে বাগিছা কৰ্তা সকলে ৷
মোডী চৰকাৰৰ প্লাষ্টিক মুক্ত ভাৰতক বৃদ্ধাগুংস্ঠ দেখুৱাই প্লাস্টিকৰ চাউল খুৱাইছে অসম চৰকাৰে তথা বাগিছা কৰ্তৃপক্ষই ৷
উল্লেখ্য যে,এচিয়াৰ দ্বিতীয় বৃহত্তম চাহ বাগিছা মোনাবাৰীৰ এনে কৰ্ম কাণ্ডই জিয়াতু ভোগাইছে কৰ্মচাৰী সকলক।