বঙাইগাঁও আৰক্ষীৰ বৃহৎ সফলতা
- বঙাইগাঁও আৰক্ষীৰ জালত দুই গাঞ্জা সৰবৰাহকাৰী
- বঙাইগাঁও জিলাৰ বইটামাৰীত আৰক্ষীৰ এই বৃহৎ সফলতা
- AS 01 EE 3095 নম্বৰৰ ALTO 800 গাড়ীত জব্দ কৰে গাঞ্জাখিনি
- জব্দ হোৱা গাঞ্জাখিনিৰ ওজন ২০কিলো ৩৫০গ্ৰাম
- জব্দ কৰা গাঞ্জাখিনিৰ মূল্য প্ৰায় ১লাখ টকা
- সৃজনগ্ৰামৰ পৰা শালমাৰা হৈ ধুবুৰী অভিমুখে গৈ আছিল গাড়ীখন
- সোমবাৰে পুৱাই আৰক্ষীৰ এই বৃহৎ সফলতা
- আটকাধীন ব্যক্তি দুজন ক্ৰমে সৃজনগ্ৰাম বৰঘোলাৰ প্ৰফুল্ল ৰায় আৰু শালকোচাৰ সঞ্জয় বৰ্মন
- গোপন সুত্ৰৰ পম খেদি বইটামাৰী আৰক্ষীয়ে চলাইছিল গাড়ীখনত অভিযান