Local, Vocal, Global

ক’ভিডৰ হট্স্পটত পৰিণত তেজপুৰ জিলা কাৰাগাৰ

  • শোণিতপুৰ জিলাত পুনৰ ৯৬ গৰাকী আক্ৰান্ত ক’ভিড-১৯ত
  • আক্ৰান্ত আটাইকেইগৰাকী চিকিৎসাধীন তেজপুৰ মেডিকেল কলেজত
  • তেজপুৰ জিলা কাৰাগাৰ পৰিণত হৈছে কভিডৰ হট্স্পটলৈ
  • বিগত ৫দিনত ২গৰাকী আৰক্ষীকে ধৰি ১৭১গৰাকী কয়দী ক’ভিডত আক্ৰান্ত
  • বিগত ৫টা দিনত ৫৬৮গৰাকী লোকৰ ৰেপিড এন্টিজেন টেষ্ট সম্পন্ন হৈছে
  • জিলাখনত বৰ্তমানলৈ ক’ভিডত আক্ৰান্তৰ সংখ্যা ১৪৩৩ গৰাকী
  • শুকুৰবাৰ পৰ্য্যন্ত ৬৩৬গৰাকী ক’ভিডৰ পৰা আৰোগ্য লাভ
  • জিলাখনত বৰ্তমানে চিকিৎসাধীন ৭৯৭গৰাকী