ৰাজ্যত হ্ৰাস পাবলৈ লৈছে কৰ’নাৰ সংক্ৰমণ

- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ২৭১ গৰাকী
- সোমবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ৬২৯ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ৫ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ৯ হাজাৰ ৩৮৮ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৫,৯৬৫ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ২ লাখ ২ হাজাৰ ৪৬৮ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৫২ গৰাকী লোকৰ
- সোমবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ২৫ হাজাৰ ৩৩৯ গৰাকীৰ স্বোৱাব পৰীক্ষা