Local, Vocal, Global

ভয়াবহ! ৰাজ্যত একেইদিনাই কৰ’নাত আক্ৰান্ত সহস্ৰাধিক

ৰাজ্যত প্ৰতিদিনে উদ্দেগজনক হাৰত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ | মহানগৰীতো অব্যাহত কৰ’নাৰ ভয়াৱহত সংক্ৰমণ | ১৭ হাজাৰ অতিক্ৰম কৰিলে অসমত কৰ’নাত আক্ৰান্তৰ সংখ্যাই| ১১ হাজাৰ অতিক্ৰম কৰিলে ৰাজ্যত সুস্থ হোৱা ৰোগীৰ সংখ্যাই |ৰাজ্যত সোমবাৰৰ দিনতো আক্ৰান্ত ১০০১ গৰাকী | কৰ’নাৰ ৰম্যভুমিত পৰিণত গুৱাহাটীত সোমবাৰৰ দিনটোত আক্ৰান্ত ৫১৩ গৰাকী |  ৰাজ্যত ১৭৮০৭গৰাকীলৈ বৃদ্ধি কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা | ৰাজ্যত বৰ্তমানলৈ সুস্থ হোৱা ৰোগীৰ সংখ্যা ১১৪১৬ গৰাকী | ৰাজ্যত বৰ্তমান ৬৩৪৮ গৰাকী ৰোগী চিকিৎসাধীন | চৰকাৰী তথ্যমতে ৰাজ্যত মৃতৰোগীৰ সংখ্যা ৪০ গৰাকী | ৰাজ্যত সোমবাৰৰ দিনটোলৈ ৫ লাখ ৬৩ হাজাৰ ৪৮২ গৰাকী লোকৰ স্বোৱাব পৰীক্ষা সম্পন্ন হৈ |