Local, Vocal, Global

ৰাজ্যত ভয়ংকৰ হাৰত প্ৰতিদিনে বৃদ্ধি কৰ’না আক্ৰান্ত সংখ্যা 

56
  • ৰাজ্যত অধিক ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ
  • মহানগৰীতো অব্যাহত কৰ’নাৰ ভয়াবহতা
  • ১৩ হাজাৰ অতিক্ৰম ৰাজ্যত কৰ’না আক্ৰান্ত সংখ্যা
  • মঙলবাৰে পুনৰ আক্ৰান্ত ৮১৪ গৰাকী লোক
  • নতুনকৈ আক্ৰান্ত সকলৰ ৫৮৮ গৰাকীয়ে গুৱাহাটী মহানগৰৰ
  • উল্লেখযে মঙলবাৰে সুস্থ হোৱা ৰোগীৰ সংখ্যা ৪৪৭ গৰাকী
  • ৰাজ্যত ১৩,৩৩৬ গৰাকীলৈ বৃদ্ধি কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা
  • ৰাজ্যত বৰ্তমানলৈ সুস্থ হোৱা ৰোগীৰ সংখ্যা ৮৩২৯ গৰাকী
  • ৰাজ্যত বৰ্তমান ৪৯৮৮ গৰাকী ৰোগী চিকিৎসাধীন
  • ইয়াৰ বিপৰীতে মৃতৰোগীৰ সংখ্যা ১৬ গৰাকী
  • গুৱাহাটীতে আক্ৰান্ত ৪,৪৭৭ গৰাকী  ব্যক্তি
  • ৰাজ্যত বৰ্তমানলৈ ৪লাখ ৭১হাজাৰ ২২১ গৰাকী ব্যক্তিৰ SWAB টেষ্ট সম্পন্ন হৈছে