Local, Vocal, Global

ৰাজ্যত অব্যাহত কৰ’নাৰ কালৰূপ

46
  • ৰাজ্যত ১০ হাজাৰ অতিক্ৰম কৰাৰ দিশে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা
  • শুকুৰবাৰে দিনটোত আক্ৰান্ত ৩৬৫গৰাকী
  • নতুনকৈ আক্ৰান্ত ১৩৮গৰাকীয়ে গুৱাহাটী মহানগৰীৰ
  • শুক্ৰবাৰে আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ২২১গৰাকী

  • ৰাজ্যত ৯,৭৯৯গৰাকীলৈ বৃদ্ধি আক্ৰান্ত লোকৰ সংখ্যা
  • ৰাজ্যত সুস্থ হোৱা ৰোগীৰ সংখ্যা ৬,৩৩৭গৰাকী
  • সম্প্ৰতি ৰাজ্যত ৩,৪৫৫গৰাকী ৰোগী চিকিৎসাধীন
  • ৰাজ্যত মৃত ৰোগীৰ সংখ্যা ১৪গৰাকী
add3

  • ৰাজ্যত বৰ্তমানলৈ ৪,৩৮,৮৮২গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন হৈছে