Local, Vocal, Global

৫ বিধানসভা সমষ্টিত ৩১ প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা

 অসমৰ ৫টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন।
 ৫ সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৩১গৰাকী প্ৰাৰ্থীয়ে
 ৩৯ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছিল মনোনয়ন পত্ৰ।
 ৮ গৰাকী প্ৰাৰ্থীয়ে শনিবাৰে প্ৰত্যাহাৰ কৰে মনোনয়ন পত্ৰ।
 ৩১ গৰাকী প্ৰাৰ্থীয়ে ৫ সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা।