কামপুৰৰ পশ্চিম গুইমাৰীত শোকাৱহ পথ দুৰ্ঘটনা

- পুৱাই কামপুৰৰ পশ্চিম গুইমাৰীত শোকাৱহ পথ দুৰ্ঘটনা
- বাইক আৰু টাটা ম’বাইলৰ মুখামুখি সংঘৰ্ষ
- গুৰুতৰভাৱে আহত বাইক আৰোহীজন
- দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS 02 AD 2718 আৰু টাটা ম’বাইলখনৰ নম্বৰ AS 02 BC 3619
- গুৰুতৰভাৱে আহত হোজাইৰ আশাদ নামৰ লোকজন
- কামপুৰৰ কাকতি গাৱঁত থাকি মৎস্য ব্যৱসায় কৰিছিল লোকজনে
- ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে