Local, Vocal, Global

কামপুৰৰ পশ্চিম গুইমাৰীত শোকাৱহ পথ দুৰ্ঘটনা

78
  • পুৱাই কামপুৰৰ পশ্চিম গুইমাৰীত  শোকাৱহ পথ দুৰ্ঘটনা
  • বাইক আৰু টাটা ম’বাইলৰ মুখামুখি সংঘৰ্ষ
  • গুৰুতৰভাৱে আহত বাইক আৰোহীজন
  • দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS 02 AD 2718 আৰু টাটা ম’বাইলখনৰ নম্বৰ AS 02 BC 3619
  • গুৰুতৰভাৱে আহত হোজাইৰ আশাদ নামৰ লোকজন
  • কামপুৰৰ কাকতি গাৱঁত থাকি মৎস্য ব্যৱসায় কৰিছিল লোকজনে
  • ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে