Local, Vocal, Global

আজি ছুপাৰষ্টাৰ অশোক কিশোৰ কুমাৰৰ জন্মদিন

  • আজি ছুপাৰষ্টাৰ অশোক কিশোৰ কুমাৰৰ জন্মদিন
  • বলীউডৰ ছুপাৰষ্টাৰ অশোক কিশোৰ কুমাৰৰ আজি জন্মদিন
  • বলীউডত দাদামণি বুলিয়ে সকলোৰে মাজত পৰিচিত আছিল অশোক কিশোৰ কুমাৰ
  • ১৯১১ৰ আজিৰ দিনটোতে জন্ম হৈছিল অশোক কিশোৰ কুমাৰৰ
  • ১৯৮৮চনত তেওঁক দাদাচাহেব ফাল্কে বঁটা, সংগীত নাটক অকাডেমী আৰু পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হৈছিল তেওঁক৷