অৰুণোদয় আঁচনিৰ হিতাধিকাৰী লৈ বিশেষ সুবিধা প্ৰদান মন্ত্ৰী পীয়ুষ হাজৰিকাৰৰ

নিউজ ডেস্ক, ২৯ এপ্ৰিল:- অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব ১২৫০ টকাকৈ শীঘ্ৰে ৩ হাজাৰ টকালৈ বৃদ্ধিৰ লক্ষ্য অসম চৰকাৰৰ ।
অৰুণোদয় আচনিৰ অধীনত ৩৫ লাখ হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য। এই মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।
উল্লেখযোগ্য যে, মে মাহৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে ১২৫০ টকা লাভ কৰিব। বিপৰীতে অহা বছৰৰ পৰা ৩ হাজাৰ টকালৈ ধন বৃদ্ধি কৰাৰ লক্ষ্য চৰকাৰৰৰ ।
অৰুণোদয় আঁচনিৰ অধীনত ৩৫ লাখ হিতাধিকাৰীৰ নাম অন্তৰ্ভক্ত কৰাৰ লক্ষ্য বান্ধিছে চৰকাৰে। এই মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।
খানাপাৰা খেলপথাৰত অনুষ্ঠিত হোৱা ক্ষুদ্ৰ, বিত্ত আৰু উদগনি সকাহ আঁচনিৰ অধীনত মাইক্ৰফাইন্স ঋণ ৰেহাই অনুষ্ঠানত এই মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। লগতে অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ।
মন্ত্ৰী পীয়ুষ হাজৰিকাই জানিব দিয়া মতে, দেশৰ ৫ খন ৰাজ্যৰ তালিকাত অসমৰ নাম ৰখাৰ লক্ষ্য। বৰ্তমান অসম দেশৰ তলৰ পৰা ৬ নম্বৰ স্থানত।