পুনৰ APSC পৰীক্ষাত খেলিমেলি

- অসম লোকসেৱা আয়োগৰ পৰীক্ষাত লাগিল অথন্তৰ
- পুনৰ APSC পৰীক্ষাত খেলিমেলি
- চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ পৰীক্ষাত লাগিল কেনা
- SOCIAL WORKৰ প্ৰশ্ন কাকতত আহিল SOCIOLOGYৰ প্ৰশ্ন
- পৰীক্ষা দিবলৈ অহা হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰৰ
- আৰ্য মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল পৰীক্ষা
- পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী শিক্ষাৰ্থীৰ