Local, Vocal, Global

APDCL কেলেংকাৰীৰ অন্যতম অভিযুক্ত আতাউৰ ৰহমানৰ আত্মসমৰ্পন

0 9

APDCL কেলেংকাৰীত অন্যতম অভিযুক্ত আতাউৰ ৰহমানৰ আত্মসমৰ্পন । APDCL ৰ মহা প্ৰবন্ধক আছিল আতাউৰ ৰহমান । দুদিন ধৰি আত্মগোপন হৈ আছিল ধৃত আতাউলে ।

মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ওচৰত আত্মসমৰ্পণ কৰে আতাউৰ ৰহমানে । আজি এই বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰিব আতাউৰ ৰহমানক ।

APDCL ৰ প্ৰায় ১৬০০ পদত হ’বলগীয়া নিযুক্তিৰ সময়ত হোৱা কেলেংকাৰিৰ পিছতেই মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে বিজুলী ভৱনৰ বহু কেইজন শীৰ্ষ বিষয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছিল ।

ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰেপ্তাৰ কৰা দুই কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰে ।

Leave A Reply

Your email address will not be published.