Local, Vocal, Global

তালাক দিয়াৰ পিছত একেলগে দেখা গল আমিৰ খান আৰু কিৰণ ৰাৱ

তালাক দিয়াৰ পিছত একেলগে দেখা গল আমিৰ খন আৰু কিৰণ ৰাৱ । আমাৰ ভালৰ কাৰণে আশীৰ্বাদ কৰিব ।

আমিৰ খান আৰু কিৰণ ৰাৱ শনিবাৰে তালাক দিয়াৰ আজি দুয়ো গৰাকীক একেলগে দেখা গল । লগতে কয় যে যদিও আমাৰ তালাক হৈছে তথাপিও কিন্তু আমি এতিয়াও আগৰ দৰেই আছোঁ । আপোনালোকে আমাৰ কাৰণে আশীৰ্বাদ কৰিব ।