কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে অখিল গগৈয়ে তৰিলে
মানহানিৰ গোচৰ

নিউজ ডেস্ক, ২৯ এপ্ৰিল:- কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে অখিল গগৈয়ে তৰিলে মানহানিৰ গোচৰ , AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ তৰিলে অখিল গগৈয়ে ।
উপযুক্ত তথ্য প্ৰমাণ অবিহনে অখিল গগৈৰ ওপৰত তোলা অভিযোগৰ ভিত্তিত অভিযোগত বৰভূঞাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ।
AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ বিধায়ক অখিল গগৈৰ।
উল্লেখ্য যে, AIUDFৰ বিধায়কগৰাকীৰ বিৰুদ্ধে গোচৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ।
AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞায়ে ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ পৰা অখিল গগৈয়ে টকা লোৱাৰ অভিযোগ তুলিছিল ।
উপযুক্ত তথ্য প্ৰমাণ অবিহনে টকা লোৱাৰ অভিযোগ বৰভূঞাৰ বিৰুদ্ধে।
জানিব পৰা মতে, অখিল গগৈয়ে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালাতত ২৮১৭/২২ নম্বৰত গোচৰ তৰে ।