Local, Vocal, Global

শিক্ষয়ত্ৰী নয়নতৰা চহৰীয়াৰ আত্মাৰ শান্তিৰ বাবে AJYCP-ৰ বন্তি প্ৰজ্বলন

ওদালগুৰিত AJYCP-ৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী । শিক্ষয়ত্ৰী নয়নতৰা চহৰীয়াৰ আত্মাৰ শান্তিৰ বাবে AJYCP-য়ে এই কাৰ্যসূচী গ্ৰহণ কৰে । লগতে তেওঁলোকে দোষীক অতি সোনকালে গ্ৰেপ্তাৰ কৰি দৃষ্টান্ত মূলক শাস্তি দিয়াৰ দাৱী জনাই অন্যথা জটিল পৰিস্থিতিৰ  সৃষ্টি হ’ব বুলি তেওঁলোকে জনাই ।