জীৱন যুদ্ধত হাৰ মানিলে পূৰ্ণিমা ঝানেনে

- জীৱন যুদ্ধত হাৰ মানিলে শ্বুটাৰ পূৰ্ণিমা ঝানেনে
- কৰ্কট ৰোগত আক্রান্ত হৈ মাত্ৰ ৪২ বছৰ বয়সতে দেহাৱসান পূৰ্ণিমা ঝানেনেৰ
- আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শ্বুটাৰ আছিল পূৰ্ণিমা ঝানেনে
- দুবছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত আছিল পূৰ্ণিমা
- শ্বুটিঙৰ ১০ মিটাৰ এয়াৰ ৰাইফলছত বহুতো ৰাষ্ট্ৰীয় অভিলেখধাৰী আছিল পূৰ্ণিমা ঝানেনে
- পূৰ্ণিমাৰ মৃত্যুত শোক প্ৰকাশ ক্ৰীড়াজগতৰ বিভিন্নজনৰ