Local, Vocal, Global

Actor Mamta Kulkarni Takes ‘Sanyas’:মুজকো ৰাণা জী মাফ কাৰনা,গালতী মাৰে ছে হো গাই

নিউজ ডেস্ক,২৫জানুৱাৰী : মুজকো ৰাণা জী মাফ কাৰনা,গালতী মাৰে ছে হো গাই

চিনি পাইছে নে এইগৰাকী মহামহীম অভিনেত্ৰীক। বলিউডত এটা সময়ত দপদপাই থকা মমতা কুলকাৰ্ণী এতিয়া হৈ পৰিল কিন্নৰ আখৰাৰ ‘মহামণ্ডলেশ্বৰ’।বলিউডৰ ব্লক বাষ্টাৰ চিনেমা কৰন অৰ্জম নিশ্চয় চাইছে। অভিনেতা ছলমান খানৰ প্ৰেয়সী আছিল মমতা কুলকাৰ্ণী। কিন্তু হঠা মমতা কুলকাৰ্ণী কিয় সন্য়াসী হব লগা হল(Actor Mamta Kulkarni Takes ‘Sanyas’)।

বহু কেইখন চিনেমাৰ অফাৰ নসাত কৰি আজি সন্যাসী হব লগা হল অভিনেত্ৰী গৰাকী। মমতা কুলকাৰ্ণী হৈ পৰিল মহামণ্ডলেশ্বৰ। একাংশ কিন্নৰক লগত লৈ এনেদৰে দেখা পোৱা গৈছে গংগাত স্নান কৰা। মমতা কুলকাৰ্ণী এতিয়াৰে পৰা নিজৰ নাম ৰাখিলে শ্ৰী য়ামাই মমতা নন্দগিৰি ।

প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ উৎসৱত কিন্নৰ আখৰাৰ মহামণ্ডলেশ্বৰ উপাধি গ্ৰহণ কৰিছে।

লগতে পঢ়ক :Theft in Kampur: কামপুৰত দিন দুপৰতে চুৰিকাণ্ড