Local, Vocal, Global

চাপৰৰ শালকোচাত ভয়াৱহ পথ দুৰ্ঘটনা

  • চাপৰৰ শালকোচাত ভয়াৱহ পথ দুৰ্ঘটনা
  • ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা
  • ট্ৰাক-মাৰুতি ভানৰ মাজত মুখামুখি সংঘৰ্ষ
  • থিতাতে নিহত এগৰাকী মহিলা
  •  শিশুসহ গুৰুতৰভাৱে আহত আন ৪গৰাকী
  • নিহত মহিলাগৰাকী গোৱালপাৰাৰ খৰমুজাৰ ৰৌচানাৰা খাতুন
  • দুৰ্ঘটনাগ্ৰস্ত মাৰুতি ভানখনৰ নম্বৰ AS 01MA 7563
  • ট্ৰাকখনৰ নম্বৰ As 17 B 8145