Local, Vocal, Global

আছুৰ সৈতে বৈঠকত বহিব শিক্ষামন্ত্ৰী ৰণোজ পেগু

আছুৰ সৈতে বৈঠকত বহিব শিক্ষামন্ত্ৰী ৰণোজ পেগু

৩১ জুলাইৰ ভিতৰত ঘোষণা হ’ব ফলাফল

অৱশেষত পৰীক্ষাৰ মূল্যায়নৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ শিক্ষামন্ত্ৰীৰ । আছুৰ সৈতে বৈঠকত বহিব শিক্ষামন্ত্ৰী ৰণোজ পেগু। আলোচনালৈ আহ্বান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকো । ইতিমধ্যে কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ সৈতে আলোচনা সম্পূৰ্ণ হৈছে শিক্ষামন্ত্ৰী গৰাকীৰ ।

পৰীক্ষাৰ মূল্যায়নৰ ফলাফল ঘোষণা হ’ব ৩১ জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰা হ’ব। ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে । ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মন্তব্য ৰণোজ পেগুৰ।