Local, Vocal, Global

ৰেজাউল কৰিম সৰকাৰ পন্থী  এতিয়া মাত্ৰ এটা ধন সংগ্ৰহকাৰীৰ দল

0 13

আমছু ত অন্তকন্দল অব্যাহত ।

দৰং জিলাটো গঠন হল আমছু ৰ দ্বিতীয়টো সংগঠন ।

আমছুৰ ৰেজাউল কৰিম সৰকাৰ পন্থী অবৈধ বুলি সংবাদমেল যোগে ঘোষণা আমছুৰ ইকবাল গোটৰ ।

ৰেজাউল কৰিম সৰকাৰ পন্থী  এতিয়া মাত্ৰ এটা ধন সংগ্ৰহকাৰীৰ দল । এই অভিযোগ আমছুৰ আনটো সংগঠনৰ সভাপতি ইকবাল হুছেইনৰ ।

জুৱা, বাল্যবিবাহ ৰ লগতে বিভিন্ন কু-কৃতি ৰ পৰা ধন দাবী কৰি দৰঙৰ আমছুৰ বৰমুৰীয়া সকল চলি আছে বুলি কয় ইকবাল হুছেইনে ।

আনহাতে ঢলপূৰ ৰ উচ্ছেদিত লোক সকলৰ পৰা যথেষ্ট ধন সংগ্ৰহ কৰা বুলিও অভিযোগ আনে সংবাদমেল যোগে ।

দৰঙৰ দুই আমছু ৰ নেতা আইনুদ্দিন আহমেদ আৰু আব্দুল ৰহমান বিশ্বাসৰ ওপৰতো অবৈধ ভাৱে জুৱা, বালিবিবাহৰ পৰা ব্যাপক ধন সংগ্ৰহৰ অভিযোগ আনে

Leave A Reply

Your email address will not be published.