Local, Vocal, Global

ভুৱা চাৰ্টিফিকেটৰে ৩০ বছৰে লামডিঙত শিক্ষকতা এজন শিক্ষকৰ

নিউজ ডেস্ক, ৩০ এপ্ৰিল:- ভুৱা ছাৰ্টিফিকেটৰে লামডিঙ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগত প্ৰায় ৩০ বছৰৰ অধিক কৰ্মৰত শিক্ষকতা N J JASEPH CARMAL ।

তাক লৈ লামডিঙ অসম গন পৰিষদৰ সংবাদ মেল, R T I জৰিয়তে উলাই পৰিলে সমগ্ৰ তথ্য।

শিক্ষকজনৰ ওপৰত ভুৱা ছাৰ্টিফিকেটৰে শিক্ষকতা কৰাৰ অভিযোগৰ মন্তব্য লামডিঙ অসম গন পৰিষদৰ আঞ্চলিক সভাপতি মন্তোষ পালে ।

শিক্ষা বিভাগক লজ্জানত কৰা এক গুৰুত্বৰ অভিযোগ তুলিছে লামডিঙ অসম গন পৰিষদৰ সভাপতি মন্তোষ পালে।

জালি চাৰ্টিফিকেটৰ জৰিয়তে শিক্ষকতা অৰ্জন । লামডিং মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ শিক্ষক N J JOSHEPH CARMAL

শিক্ষা বিভাগ এক গুৰুত্বপূৰ্ণ বিভাগ আৰু শিক্ষাৰ অবিহনে জীৱন অচল আৰু ব্যাৰ্থ এনে এক গুৰুত্বপূৰ্ণ বিভাগত ভুৱা ছাৰ্টিফিকেটৰে ৩০ বছৰৰ কৰ্মৰত হৈ আছিল লামডিংত ।

কিন্তু শিক্ষকে য’ত ভুৱা কেনেকৈ শিক্ষা প্ৰদান কৰিব আনক এনে এক ঘটনা লামডিংত ।

ভুৱা চাৰ্টিফিকেটৰ জৰিয়তে শিক্ষকতা লাভ কৰিলে N J Josheph Carmal শিক্ষকতা অৰ্জনৰ বাবে তেওঁৰ লাভ কৰা সকলো নথি-পত্ৰত নাই দেউতাকৰ নাম , লগতে নিজ হাতেৰে লিখি থোৱা নাম সকলো চাৰ্টিফিকেটত ।

ইয়াক লৈ গৰ্জি উঠিল অসম গণ পৰিষদ লামডিঙৰ আঞ্চলিক সভাপতি মন্তোস পাল। এখন সংবাদ মেলৰ জৰিয়তে সাংবাদিকক অবগত কৰে সভাপতি জনে ।