তিয়ঁহৰ পৰা তিতা সোৱাদটো আঁতৰোৱাৰ ঘৰুৱা উপায়
তিয়ঁহৰ ওপৰ অংশটো কাটি তাক গোটেই তিয়ঁহটোৰ লগত ঘঁহি দিব
তিয়ঁহৰ ওপৰত নিমখ প্ৰয়োগ কৰিব পাৰে
সদায় তিয়ঁহ ওপৰৰ পৰা তললৈ কাটিব
ইয়াক ওপৰৰ পৰা তললৈ কাটিলে ভিতৰত থকা বিষখিনি তললৈ নামি আহে
সদায় তিয়ঁহ কটাৰ আগতে মাটিত এবাৰ জোকাৰি লওক
এনে কৰাৰ ফলত তিয়ঁহৰ পৰা তিতাখিনি আঁতৰি যায় বুলি কোৱা হয়
তাৰোপৰি ক’লা নিমখ লগাই খালে তিয়ঁহত থকা তিতা ভাৱটো কমি যায়
সাধাৰণতে প্ৰায়বোৰ ঘৰতেই এই পদ্ধতি প্ৰয়োগ কৰা দেখিবলৈ পোৱা যায়
এইসমূহ খাদ্য কেঁচাই খালে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে
এইসমূহ খাদ্য কেঁচাই খালে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে
View Next Story