এইসমূহ খাদ্য কেঁচাই খালে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে

ব্ৰুকলি

ব্ৰকলি এবিধ ক্ৰুচিফেৰাছ(cruciferous)পাচলি

বহু লোকে ইয়াক আধাকৈ সিজাই খায়

এইবিধ পাচলিক আধা সিজোৱাকৈ খোৱাটো কেতিয়াও স্বাস্থ্যকৰ নহয়

কেঁচা কণী

কণী কেঁচাই খালে ডায়েৰিয়া, পেটৰ বিষ, জ্বৰ আৰু পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে

বিলাহী

চিকিৎসকে বিলাহীক সদায় সিজাই খাবলৈ পৰামৰ্শ দিয়ে

পালেং শাক

Summer care tips  হিট ষ্ট্ৰ’কৰ পৰা হাত সাৰিবলৈ মানি চলক এইসমূহ টিপছ