ৰাজ্যত পুণৰ যুৱতীক চুৰিকাঘাটৰ ঘটনা

ৰাজ্যত পুণৰ যুৱতীক চুৰিকাঘাটৰ ঘটনা । চাংসাৰিৰ ৰাজপথত যুৱতীক চুৰিকাঘাট যুৱকৰ । কচাইখানাৰ মাংস কটা দাৰে ঘপিয়াই আঘাট কৰে যুৱতী গৰাকীক
যুৱতীগৰাকী দৰঙ জিলাৰ পাণবাৰীৰ মনোৱাৰা বেগম । সংকটজনক অৱস্থাত জি এন আৰ চি হস্পিতালত ভৰ্তি মনোৱাৰা বেগমক । আক্ৰমণকাৰী যুৱক দলগাঁওৰ ইমৰাণ হুছেইন
প্ৰেমৰ সম্পৰ্ক আছিল ইমৰাণ হুছেইন নামৰ যুৱক জনৰ সৈতে মনোৱাৰা বেগমৰ । ঘটনা সংঘটিত কৰি থানাত হাজিৰ হয় ইমৰাণ