Local, Vocal, Global

ইণ্ডোনেছিয়াৰ হালমাহেৰাত ৬.২ প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি !

ডিজিটেল ডেস্ক:-বৃহস্পতি নিশা ইণ্ডোনেছিয়াৰ হালমাহেৰাৰত ৬.২ প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি। নেচনেল চেণ্টাৰ ফৰ চিচমোলজি (এনচিএছ)ৰ দ্বাৰা নিশ্চিত কৰা হৈছে।এনচিএছৰ মতে, ভূমিকম্পৰ জোকাৰণি ভাৰতীয় সময় মতে ০১:৩২:৪৭ বজাত অনুভূত হয়। আৰু ইয়াৰ উৎপত্তি ৯৯ কিলোমিটাৰ গভীৰতাত হয়।অৱশ্যে, এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।