Local, Vocal, Global

ৰূপালী পৰ্দাত আকৌ এবাৰ একেলগে শ্বাহৰুখ-ছলমান 

পুনৰ একেলগে দেখা পোৱা যাব শ্বাহৰুখ-ছলমানক ৷  2022 ত  বলীউডৰ জনপ্ৰিয় অভিনেতাদ্বয় শ্বাহৰুখ-ছলমানে পুনৰ একেলগে ৰূপালী পৰ্দাত যুটী বান্ধিব ৷  শ্বাহৰুখৰ  ”PATHAN” ছবিত ছলমানে দিব HEROIC ENTRY ৷ ‘PATHAN’ ছবিত শত্ৰুৰ পৰা শ্বাহৰুখক বচাব TIGER-এ ৷ ‘PATHAN’ ছবি খনত পুনৰ ACTION ৰোল কৰিব বলীউডৰ কিং শ্বাহৰুখ খানে ৷ শ্বাহৰুখ-ছলমান যুটীৰ অভিনয় পুনৰ প্ৰত্যক্ষ কৰিবলৈ উদগ্ৰীৱ হৈ ৰৈ আছে অনুৰাগী ৷