Local, Vocal, Global

ৰাজ্যত আক্ৰান্তৰ সমান্তৰালকৈ বৃদ্ধি আৰোগ্য ৰোগীৰ সংখ্যা

ৰাজ্যত প্ৰতিদিনে উদ্দেগজনক হাৰত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ | মহানগৰীতো অব্যাহত কৰ’নাৰ ভয়াৱহত সংক্ৰমণ | ১৮ হাজাৰ অতিক্ৰম কৰিলে অসমত কৰ’নাত আক্ৰান্তৰ সংখ্যাই | ১২ হাজাৰ অতিক্ৰম কৰিলে ৰাজ্যত সুস্থ হোৱা ৰোগীৰ সংখ্যাই |ৰাজ্যত মঙ্গলবাৰৰ দিনতো আক্ৰান্ত ৮৫৯ গৰাকী | কৰ’নাৰ ৰম্যভুমিত পৰিণত গুৱাহাটীত মঙ্গলবাৰৰ দিনটোত আক্ৰান্ত ৬২৭ গৰাকী |  ৰাজ্যত ১৮৬৬৬ গৰাকীলৈ বৃদ্ধি কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা | ৰাজ্যত বৰ্তমানলৈ সুস্থ হোৱা ৰোগীৰ সংখ্যা ১২১৭৩ গৰাকী | ৰাজ্যত বৰ্তমান ৬৪৪৪ গৰাকী ৰোগী চিকিৎসাধীন | চৰকাৰী তথ্যমতে ৰাজ্যত মৃতৰোগীৰ সংখ্যা ৪৬ গৰাকী |