Local, Vocal, Global

ৰাজ্যত অব্যাহত আছে কৰোনাৰ সংক্ৰমণ

  •  বিগত ২৪ ঘণ্টাত ১৪৯ জনৰ দেহত ধৰা পৰিছে কৰোনা
  • শুকুৰবাৰৰ দিনটোত অসমত কোৰোনাত আক্ৰান্ত হৈ ২গৰাকী ৰোগীৰ মৃত্যু
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে  ৩২৭২ গৰাকী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৮০ গৰাকী লোকৰ
  • ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা  ২১১০৩২ জনলৈ বৃদ্ধি