Local, Vocal, Global

২৮ জুনৰ পৰা মহানগৰীত কঠোৰ লকডাউন

  • গুৱাহাটীত পুনৰ কঠোৰ লকডাউন
  • ২৮ জুনৰ নিশা ১২ বজাৰ পৰা কাৰ্যকৰী লকডাউন
  • ফাৰ্মাচী-হাস্পতালৰ বাহিৰে বন্ধ থাকিব সকলো
  •  বন্ধ থাকিব গেলামালৰ দোকান,শাক-পাচলিৰ দোকান, মাছ-মাংসৰ দোকান
  • বন্ধ থাকিব সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়
  • বন্ধ থাকিব চৰকাৰী-বেচৰকাৰী  বাহনৰ চলাচল
  • বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠান
  • কম সংখ্যক কৰ্মচাৰীৰে চলিব বেংকৰ কাৰ্যালয়
  • খোলা থাকিব সংবাদ প্ৰতিষ্ঠান
  • খোলা থাকিব ATM
  • বাহাল থাকিব জৰুৰী চৰকাৰী নিৰ্মাণ কাৰ্য
  • খোলা থাকিব কোৱাৰেন্টিন ব্যবস্থা থকা হোটেল
  • অব্যাহত থাকিব বিমান-ৰে’ল সেৱা
  • আজি সন্ধিয়া ৭ বজাৰ পৰা ৰাতিপুৱা ৭ বজালৈ বলবৎ সান্ধ্য আইন
  • প্ৰথম ৭ দিন হব কঠোৰ লকডাউন
  • আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হ’ৱ প্ৰশাসন