Local, Vocal, Global

সৰুপথাৰত ড্ৰাগছসহ এজনক কৰায়ত্ব কৰি আৰক্ষীক গতালে ৰাইজে

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰত চলিছে ড্রাগছৰ মুক্ত বেহা । আজি বৰপথাৰ নগৰৰ মাজ মজিয়াস্থিত গান্ধী মুৰ্ত্তিৰ সমপীত ড্ৰাগছৰ পুৰীয়া সহ এজন লোকক ৰাইজে হাতে লোতে ধৰি আৰক্ষীক গতালে । ৰাইজে ড্ৰাগছসহ আৰক্ষীক গতোৱা লোক জনৰ নাম চুলতান আলি । চুলতান আলিয়ে বৰপথাৰৰ চুনু নামৰ ব্যক্তি জনৰ পৰা ড্ৰাগছ কিনি লোৱাৰ কথা সদৰী কৰে সাংবাদিকৰ আগত