Local, Vocal, Global

সশস্ত্ৰ সীমা বলত কৰ’নাৰ ত্ৰাস, শোণিতপুৰত নতুনকৈ আক্ৰান্ত ২ জোৱান

*শোণিতপুৰত নতুনকৈ এছ এছ বিৰ ২ গৰাকী জোৱান কৰ’নাত আক্ৰান্ত।
* বিমান বাহিনীৰ তেজপুৰ শালনীবাৰীত এজন,সীমান্ত পথ সংগঠনৰ তিনিজন কৰ’নাত আক্ৰান্ত।
*তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ স্বাস্থ্য কৰ্মী মুকুট বৰা আৰু তেজপুৰ সদৰ থানাৰ আৰক্ষী জোৱান আব্দুল ৰহমান সহ নতুনকৈ ২০জন কৰ’নাত আক্ৰান্ত।
*ইয়াকে লৈ জিলাখনত প্ৰতিৰক্ষা বাহিনীৰ ৯২গৰাকী,সীমান্ত পথ সংগঠনৰ ৬গৰাকী,আৰক্ষীৰ দুগৰাকী আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসকসহ ৬গৰাকী কৰ’নাত আক্ৰান্ত হৈছে।
*  শোণিতপুৰত সামগ্ৰিকভাৱে কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ২৬৮ লৈ।