Local, Vocal, Global

লক ডাউনৰ সময়ত মহানগৰীত বেংকৰ কোন-কোন শাখা খোলা থাকিব ?

লকডাউনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ গুৰুত্বপুৰ্ণ সিন্ধান্ত । গুৱাহাটী মহানগৰীত  ল’ক ডাউনৰ সময়ছোৱাত গ্ৰাহকৰ সেৱাৰ বাবে খোলা থাকিব  ভাৰতীয় ষ্টেট বেংকৰ মাত্ৰ ৭টা শাখা গ্ৰাহকৰ সেৱাৰ বাবে খোলা থাকিব।

শাখাকেইটা ক্ৰমে –

  • গুৱাহাটী (এম.জি.ৰোড) শাখা
  • দিছপুৰ শাখা
  • গুৱাহাটী মেডিকেল কলেজ শাখা
  • মালিগাঁও শাখা
  • গুৱাহাটী বিমান বন্দৰ শাখা
  • অসম সচিবালয় শাখা
  • কৰ্মাচিয়েল বেংক গুৱাহাটী শাখা