Local, Vocal, Global

মানকাচৰৰ কালাপানী আৰক্ষী আৰু জিলা আৰক্ষীৰ যৌথ অভিযান

নিউজ ডেস্ক,৬ জানুৱাৰীঃ মানকাচৰৰ কালাপানী নালডোবাত কালাপানী আৰক্ষী আৰু জিলা আৰক্ষীৰ যৌথ অভিযানত জাল নোটসহ গ্ৰেপ্তাৰ কৰে দুই সৰবৰহকাৰীক। এই অভিযানত ১৪ হাজাৰ জাল নোট জব্দ কৰে। ধৃত সৰবৰাহকাৰী দুজন হৈছে মফিদুল মণ্ডল আৰু ছাদ্দাম হুছেইন। জিলা আৰক্ষী আৰু উপ আৰক্ষী অধীক্ষক এছ চাংছানৰ নেতৃত্বত কালাপানী আৰক্ষী চকীৰ উপ পৰিদৰ্শক জয়ন্ত ৰাজখোৱাই গোপন সূত্ৰৰ ভিত্তিত এই অভিযান চলায়।নিউজ ডেস্ক,৬ জানুৱাৰীঃ মানকাচৰৰ কালাপানী নালডোবাত কালাপানী আৰক্ষী আৰু জিলা আৰক্ষীৰ যৌথ অভিযানত জাল নোটসহ গ্ৰেপ্তাৰ কৰে দুই সৰবৰহকাৰীক। এই অভিযানত ১৪ হাজাৰ জাল নোট জব্দ কৰে। ধৃত সৰবৰাহকাৰী দুজন হৈছে মফিদুল মণ্ডল আৰু ছাদ্দাম হুছেইন। জিলা আৰক্ষী আৰু উপ আৰক্ষী অধীক্ষক এছ চাংছানৰ নেতৃত্বত কালাপানী আৰক্ষী চকীৰ উপ পৰিদৰ্শক জয়ন্ত ৰাজখোৱাই গোপন সূত্ৰৰ ভিত্তিত এই অভিযান চলায়।