Local, Vocal, Global

মহানগৰীত পুনৰ ভুমিস্খলন

  • মহানগৰীত পুনৰ ভুমিস্খলনৰ ঘটনা
  • খাৰঘুলিৰ হিড়িম্বাপুৰত এই  ভুমিস্খলন
  • ভুমিস্খলনত মৃত্যু ২১ বছৰীয়া এগৰাকীৰ যুৱতীৰ
  • মৃত যুৱতী গৰাকীৰ নাম প্ৰিয়ংকা বড়ো

 

  • উদীয়মান সুদক্ষ বিহুৱতী প্ৰিয়ংকা
  • ২০১৫ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে নৃত্য বিষয়ত লাভ কৰিছিল সৰ্বোচ্চ নম্বৰ
  • বহুতো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুৰস্কাৰেৰে পুৰস্কৃত হৈছিল প্ৰিয়ংকা
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতো নৃত্য প্ৰদৰ্শন কৰিছিল প্ৰিয়ংকা
  • শেহতীয়াকৈ প্ৰিয়ংকা নৃত্য প্ৰদৰ্শনৰ বাবে লণ্ডন যোৱাৰ বাবে যো-জা চলাইছিল
  • গুৱাহাটী মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী আছিল