Local, Vocal, Global

ভয়ংকৰ ৰুপ লৈছে ভাৰতত ক’ৰনাই

দেশত এদিনতে কৰ’নাত এইপৰ্যন্ত সৰ্বাধিক ২৮,৬৩৭ গৰাকী আক্ৰান্ত,২৪ ঘন্টাত মৃত্যু ৫৫১ লোকৰ।
৮,৫৪,৪৮০লৈ বৃদ্ধি ভাৰতত সংক্ৰমিতৰ সংখ্যা,প্ৰাণ গ’ল ২২,৭২৮ গৰাকীৰ।
সৰ্বাধিক আক্ৰান্ত মহাৰাষ্ট্ৰত ২,৪৬,৬০০ গৰাকী আক্ৰান্তৰ বিপৰীতে ১০,১১৬ গৰাকীৰ মৃত্যু।দেওবাৰৰ দিনটোত সৰ্বাধিক ৭,৮৬২ গৰাকী আক্ৰান্ত হোৱা ৰাজ্যখনৰ ৰাজভৱনৰ ১৮ কৰ্মচাৰীৰ দেহত ক’ভিড পজিটিভ।
তামিলনাদুত ১,৩৪,২২৬ গৰাকী আক্ৰান্ত,মৃত্যু ১,৮৯৮ গৰাকীৰ।
দেশৰ তৃতীয় সৰ্বাধিক আক্ৰান্ত ৰাজধানী দিল্লীত আক্ৰান্তৰ সংখ্যা ১,১০,৯২১ গৰাকীলৈ বৃদ্ধি,মৃত্যু ৩,৩৩৪ গৰাকীৰ।
বিশ্বত সৰ্বমুঠ আক্ৰান্ত ১,২৯,৪৬,৭৩১গৰাকীৰ,বিশ্বজুৰি এইপৰ্যন্ত মৃত্যু ৫,৬৯,৩৭৫ গৰাকীৰ।।