Local, Vocal, Global

ভাৰতবৰ্ষত বাঢ়িয়েই আছে কৰ’না আক্ৰান্তৰ সংখ্যা

.★ভাৰতত দ্ৰুতগতিত বৃদ্ধি কৰ’না আক্ৰান্তৰ সংখ্যা ।

★মঙলবাৰৰ দুপৰীয়াৰ ভাগলৈ দেশত আক্ৰান্ত ১৯৯,৩৪৩ গৰাকী।

★এই পৰ্যন্ত ভাৰতত কৰ’নাত মৃত্যু ৫,৬১০ জনৰ।

★কৰ’না যুদ্ধত জয়ী হৈ দেশত আৰোগ্য লাভ ৯৫,৮০৮ গৰাকীৰ।

★দেশত মহাৰাষ্ট্ৰত সৰ্বাধিক ২৯,১০০ গৰাকী আক্ৰান্ত, মৃত্যু ১,০৬৮ৰ।

★আক্ৰান্তৰ সংখ্যাৰে ২য় আৰু ৩য় স্থানত তামিলনাদু আৰু গুজৰাট ।

★দেশৰ ৰাজধানী দিল্লীত এই পৰ্যন্ত আক্ৰান্ত ৮,৮৯৫, মৃত্যু ১২৩ গৰাকীৰ।

★বিশ্বৰ কৰ’না আক্ৰান্ত দেশৰ তালিকাত সপ্তম স্থানত ভাৰত।

★বিশ্বত এই পৰ্যন্ত ৬,৩৭৩,৪৯৪ গৰাকী লোক আক্ৰান্ত ।

★ বিশ্বজুৰি কৰ’নাত মৃত্যু ৩৭৭,৫৭৯ গৰাকীৰ ।

★বিশ্বত এই পৰ্যন্ত আৰোগ্য লাভ ২,৯০৫,৪৭০ জনৰ।

★কৰ’না আক্ৰান্ত দেশৰ তালিকাৰ শীৰ্ষৰ ৩ স্থানত আমেৰিকা,ব্ৰাজিল আৰু ৰাছিয়া।