Local, Vocal, Global

বেকী নৈৰ প্ৰৱল সোতত উটি গ’ল এগৰাকী মহিলা

বাক্সাৰ খাগ্ৰাবাৰীৰ নেপালি বস্তিত শোকাৱহ ঘটনা

বেকী নৈৰ প্ৰৱল সোতত উটি গ’ল এগৰাকী মহিলা

ৰাতিপূৱা ৫ বজাৰ পৰা নিখোজ হৈ আছিল মহিলাগৰাকী

উত্তৰ ছাফাকামাৰত বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে দিয়া বেৰিগেটৰ কাষেৰে বেকী নৈত উটি যোৱা প্ৰত্যক্ষ কৰে ৰাইজে

পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত বেকী নৈৰ পৰা উদ্ধাৰ কৰে  মহিলা গৰাকীৰ মৃতদেহটো

মৃত মহিলাগৰাকীৰ নাম ৰাধিকা দেৱী(45)

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰোণোত্বৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰন কৰিছে

মহিলা গৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে